ব্লগ পোষ্ট এখন কেনেকৈ তৈয়াৰ কৰিব?(How to Write a Complete Blogpost )

 আজি এক অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব গৈ আছোঁ যে ব্লগ পোষ্ট এটা পৰিপূৰ্ণ ভাবে কেনেকৈ তৈয়াৰ কৰিব পাৰি(How to Write a Complete Blog Post)। ব্লগ পোষ্ট এটা তৈয়াৰ কৰোঁতে বা বনোৱাতে আমি কি কি বস্তুৰ ওপৰত সদায় ধ্যান ৰাখিব লাগে।

how-to-write-complete-blogpost-in-assamease

ব্লগ পোষ্ট কেনেকৈ তৈয়াৰ কৰা হয়?

ব্লগ পোষ্ট তৈয়াৰ কৰোঁতে কিছুমান নিয়ম কানুন আছে যি আপুনি Follow কৰিলে আপুনি লিখা পোষ্ট বিলাক Google Search ইঞ্জিনে দেখাত সহায়ক হয়। কাৰণ গুগল ক কিছুমান ইনষ্ট্ৰাকচন দিব পৰা পোষ্ট লিখিলেহে গুগলে আপোনাৰ পোষ্ট দেখাব, নহলে আপোনাৰ পোষ্ট Search কৰিলেও নাহে।

গতিকে এই সকলোবোৰ নিয়মৰ বিষয়ে আজি এই পোষ্ট ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম।

1. Heading Title 

Title এখন যিকোনো ৱেবচাইটত Visitor ৰ attachment ৰ মাত্ৰা বঢ়াই দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ Title টো ভাল নহলে Visitor  ক্লিক নকৰিব। গতিকে যেতিয়া কোনো এখন ব্লগ পোষ্ট ৰ Title পছন্দ কৰিব যাতে তাত Long tail Keyword select কৰি লয়।

ইয়াত এটা গুৰুত্বপূৰ্ণ বাক্য সন্নিৱিষ্ট কৰা হৈছে Longtail Keyword, আপোনালোকৰ সন্মুখত এটা প্ৰশ্ন আহিব পাৰে Long Tail Keyword মানে কি?

2.Keyword নিৰ্বাচন 

দ্বিতীয়তে Keyword নির্বাচন এটা অত্যান্ত জরুরী কাম ব্লগপোস্ট কাৰণে ,কিছুমান ফ্রি Keyword Research Tools আছে তার ভিতৰত  Google Keyword Planner এটা বিনামূলীয়া Research Tools .ইয়াৰ ওপৰিও Ahref Free Keyword Research Tools ও অতিকৈ জনপ্রিয় Tools .Keyword নির্বাচন কৰোতে সদায় Long Tail Keyword ব্যাবহার কৰিব লাগে। 
complete-blogpost-google-keyword-planner-tools

Long Tail Keyword মানে কি বুজায়?

উদাহণস্বৰূপে ধৰক Best SEO Friendly Blogger Template এইটো হল Long Tail Keyword। যদি আমি ইয়াক Blogger Template ও Keyword হিচাপে আৰ্টিকল বনাব পাৰোঁ তেতিয়া ইয়াক আমি Long Tail Keyword নকওঁ।

গতিকে যেতিয়া আপুনি Long Tail Keyword লৈ আৰ্টিকল বনাব আপোনাৰ ব্লগ পোষ্ট ত Visitor দীৰ্ঘ সময়লৈকে Visitor অহা সম্ভাবনা টো বাঢ়ি যায়। 

ইয়াৰ মাজতে আৰু এটা কথা মনত পেলাই দিয়া ভাল হব Long Tail Keyword ত CPC টো যথা সম্ভৱ বেছি থাকে Search Volume কম থাকিব পাৰে, কিন্তু তাৰ মানে হল যদিও কম visitor আহে তথাপি আপোনাৰ উপাৰ্জন ৰ মাত্ৰা টো বেছি থাকে।

3.Meta (মেটা)description:

Meta Description হল আপোনাৰ ব্লগ পোষ্ট ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এটা অংশ, কাৰণ গুগলে এই Meta Description ৰ কাৰণেই আপোনাৰ ৱেবচাইট search ত আহিব।

ইয়াৰ লগতে আপুনি যি keyword select কৰি আৰ্টিকল খন বনাব, গোটেই Keyword টো Meta description ত থাকিবই লাগিব তেতিয়াহে ব্লগ পোষ্ট টো SEO Friendly হব।

3. Sub-Heading 

Sub Heading এটা SEO ফ্ৰিয়েণ্ডলী হোৱাটো এক গুৰুত্বপূৰ্ণ কাম, আপুনি যি Keyword ৰ ওপৰত আৰ্টিকল লিখিব সেই Keyword টো আপোনাৰ Sub -Heading ত থকাটো বাঞ্চনীয়।

যদি আপুনি কেইবাটাও subheading ব্যৱহাৰ কৰে তেন্তে অতি কমেও এবাৰ হলেও আপোনাৰ Main Keyword টো Sub Heading ত যুক্ত কৰিব, এয়া হলে আপোনাৰ আৰ্টিকল টো Search ইঞ্জিন ত অহাৰ সম্ভাবনা বেছি হয় ।

4.Minor Heading

কেতিয়াবা দেখা যায় Sub Heading ব্যৱহাৰ কৰিছে কিন্তু আপোনাৰ minor heading এটাও নাই আপোনাৰ আৰ্টিকলত, গতিকে যথাসম্ভৱ Minor heading ত ও পাৰিলে Keyword ব্যৱহাৰ কৰিব ।

এতিয়া আপোনালোকে Heading কেইটাৰ বিষয়ে ইতিমধ্যে বুজি পালে কিন্তু এইবিলাক বনাব কেনেকৈ? গতিকে এই heading বিলাক বনাবলৈ হলে আপুনি লিখা Title বাৰৰ ঠিক তলত , কেইবাটাও option আছে যাৰ পৰা আপুনি কোনো শব্দ বা বাক্য Bold অথবা ইটালিয়ান কৰিব বিচাৰিলে তাৰ পৰাই কৰিব পাৰিব। 

6. Image যুক্ত কৰণ

আপুনি যিমান ধুনীয়াকৈ আৰ্টিকল নিলিখক কিয় যদি আপোনাৰ আৰ্টিকল Image এটাও ব্যৱহাৰ কৰা নাই, তেতিয়া হলে ই কিন্তু SEO ফ্ৰিণ্ডলী আৰ্টিকল নহব, কাৰণ সম্পূৰ্ণ SEO ফ্ৰিয়েণ্ডলি আৰ্টিকল বনাবলৈ হলে কমপক্ষেও এটা Image ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।

গতিকে আপুনি আৰ্টিকল লিখিলে যদি আপোনাৰ আৰ্টিকল ৫০০-৬০০ শব্দৰ ভিতৰত হয় তেতিয়া হলে Minimum এটা Image লগাৱক। যদি আপোনাৰ আৰ্টিকল ১০০০ শব্দৰ বেছি হয় কমপক্ষেও ২ তা Image যুক্ত কৰক।

6.Image Alt যুক্তকৰণ।

অকল Image যুক্ত কৰিলে আপোনাৰ কাম সম্পূৰ্ণ নহব,Image ৰ লগত Image Alt ব্যৱহাৰ কৰিব, তাকো আকৌ Image Alt tag ত আপোনাৰ Main Keyword থাকিব লাগিব।

Image Alt Tag যুক্তৰ কাৰণ হল আপুনি যেতিয়া গুগল ত কোনো এটা বিষয়ৰ ওপৰত search কৰিব তেতিয়া দেখা পাব সেই Topics ৰ Related কিছুমান Image Automatic আহি যায়, এই Image Alt Tag ৰ কাৰণেই আহে। গতিকে কেতিয়াবা যদি আপোনাৰ আৰ্টিকল ও গুগল ত নাহিব পাৰে, তেতিয়া যদি আপুনি Image Alt Tag আপোনাৰ আৰ্টিকল ত ব্যৱহাৰ কৰিছে, তেন্তে আপোনাৰ ব্লগ পোষ্ট ত যুক্ত কৰা সেই Image Automatically আহিব আৰু Visitor এ Image ত ক্লিক কৰিলে আপোনাৰ ৱেবচাইট ত গুচি যাব।

7. পৰস্পৰ ব্লগ পোষ্ট ৰ মাজত যুক্টকৰণ (Internal Linking)

Internal linking এটা অতি দৰকাৰী লিংক, আৰু আপোনাৰ ৱেবচাইট ত ব্যৱহাৰ কৰিলে, যদি কোনো Visitor  আপোনাৰ কোনো এটা আৰ্টিকল পঢ়ি আছে তেতিয়া সেই আৰ্টিকল খন পঢ়ি থাকোঁতে যদি তেখেতৰ Interested কোনো বিষয়ৰ ওপৰত ইতিমধ্যে আপুনি কোনো ব্লগ পোষ্ট কৰি থাকে আৰু সেই পোষ্ট ৰ কোনো link আপুনি যদি পঢ়ি থকা আৰ্টিকল ত যুক্ত কৰা থাকে, নিশ্চয় সেই link ত অবশ্যই ক্লিক কৰিব।

গতিকে আপোনাৰ ৱেবচাইট ত সেই Vistor বেছি সময় অতিবাহিত কৰিব আৰু আপোনাৰ ৱেবচাইটৰ Bounch rate টো কমিব,Bounch Rate কমা মানে আপোনাৰ ৱেবচাইট ৰ কাৰণে ভাল হব।

8.বাহিৰা পোষ্ট ৰ মাজত যুক্তকৰন(Outbound Linking)

আপোনাৰ ৱেবচাইট ৰ বাহিৰেও বহুত ৱেবচাইট আছে যত আপুনি বিশ্বাস কৰে আৰু Genuine বা Unique ৱেবচাইট হয় তেনেকুৱা ৱেবচাইট ৰ লিংক আপোনাৰ blog পোষ্ট টো দিব পাৰে। এনে কৰিলে আপোনাৰ ৱেবচাইট ৰ ওপৰত Visitor বিশ্বাস স্থাপন হব।আপুনি Wikipedia ৰ ও লিংক কৰি দিব পাৰি।

9.Permalink ৰ ধৰণ 

ব্লগ পোষ্ট ৰ কাৰণে Permalink ৰ Structure SEO ফ্ৰীয়েণ্ডলী হোৱাটো অতি দৰকাৰী। গতিকে Permalink যাতে বেছি দীঘল নহয়, আৰু আৰু Main Keyword টো যাতে আপোনাৰ Permalink ত থাকে।

মন্তব্য:

আজিৰ এই আৰ্টিকল যেনে সম্পূৰ্ণ blog পোষ্ট এখন কেনেকৈ তৈয়াৰ কৰিব পাৰি(How to Write Complete Blog Post) এই বিষয়ে নিশ্চয় অৱগত হৈছে আৰু আমি ব্লগিং ৰ ভালেখিনি তথ্য দিয়াৰ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ এই আৰ্টিকল খিনি আপোনালোকক উপকৃত কৰিব আৰু ভাল লাগিলে নিশ্চয় share কৰিব।



Next Post Previous Post
No Comment
Add Comment
comment url