ব্লগ পোষ্ট এখন কেনেকৈ তৈয়াৰ কৰিব?(How to Write a Complete Blogpost )
আজি এক অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব গৈ আছোঁ যে ব্লগ পোষ্ট এটা পৰিপূৰ্ণ ভাবে কেনেকৈ তৈয়াৰ কৰিব পাৰি(How to Write a Complete Blog Post)। ব্লগ পোষ্ট এটা তৈয়াৰ কৰোঁতে বা বনোৱাতে আমি কি কি বস্তুৰ ওপৰত সদায় ধ্যান ৰাখিব লাগে।
ব্লগ পোষ্ট কেনেকৈ তৈয়াৰ কৰা হয়?
ব্লগ পোষ্ট তৈয়াৰ কৰোঁতে কিছুমান নিয়ম কানুন আছে যি আপুনি Follow কৰিলে আপুনি লিখা পোষ্ট বিলাক Google Search ইঞ্জিনে দেখাত সহায়ক হয়। কাৰণ গুগল ক কিছুমান ইনষ্ট্ৰাকচন দিব পৰা পোষ্ট লিখিলেহে গুগলে আপোনাৰ পোষ্ট দেখাব, নহলে আপোনাৰ পোষ্ট Search কৰিলেও নাহে।
গতিকে এই সকলোবোৰ নিয়মৰ বিষয়ে আজি এই পোষ্ট ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম।
1. Heading Title
Title এখন যিকোনো ৱেবচাইটত Visitor ৰ attachment ৰ মাত্ৰা বঢ়াই দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ Title টো ভাল নহলে Visitor ক্লিক নকৰিব। গতিকে যেতিয়া কোনো এখন ব্লগ পোষ্ট ৰ Title পছন্দ কৰিব যাতে তাত Long tail Keyword select কৰি লয়।
ইয়াত এটা গুৰুত্বপূৰ্ণ বাক্য সন্নিৱিষ্ট কৰা হৈছে Longtail Keyword, আপোনালোকৰ সন্মুখত এটা প্ৰশ্ন আহিব পাৰে Long Tail Keyword মানে কি?
2.Keyword নিৰ্বাচন
Long Tail Keyword মানে কি বুজায়?
উদাহণস্বৰূপে ধৰক Best SEO Friendly Blogger Template এইটো হল Long Tail Keyword। যদি আমি ইয়াক Blogger Template ও Keyword হিচাপে আৰ্টিকল বনাব পাৰোঁ তেতিয়া ইয়াক আমি Long Tail Keyword নকওঁ।
গতিকে যেতিয়া আপুনি Long Tail Keyword লৈ আৰ্টিকল বনাব আপোনাৰ ব্লগ পোষ্ট ত Visitor দীৰ্ঘ সময়লৈকে Visitor অহা সম্ভাবনা টো বাঢ়ি যায়।
ইয়াৰ মাজতে আৰু এটা কথা মনত পেলাই দিয়া ভাল হব Long Tail Keyword ত CPC টো যথা সম্ভৱ বেছি থাকে Search Volume কম থাকিব পাৰে, কিন্তু তাৰ মানে হল যদিও কম visitor আহে তথাপি আপোনাৰ উপাৰ্জন ৰ মাত্ৰা টো বেছি থাকে।
3.Meta (মেটা)description:
3. Sub-Heading
4.Minor Heading
কেতিয়াবা দেখা যায় Sub Heading ব্যৱহাৰ কৰিছে কিন্তু আপোনাৰ minor heading এটাও নাই আপোনাৰ আৰ্টিকলত, গতিকে যথাসম্ভৱ Minor heading ত ও পাৰিলে Keyword ব্যৱহাৰ কৰিব ।
এতিয়া আপোনালোকে Heading কেইটাৰ বিষয়ে ইতিমধ্যে বুজি পালে কিন্তু এইবিলাক বনাব কেনেকৈ? গতিকে এই heading বিলাক বনাবলৈ হলে আপুনি লিখা Title বাৰৰ ঠিক তলত , কেইবাটাও option আছে যাৰ পৰা আপুনি কোনো শব্দ বা বাক্য Bold অথবা ইটালিয়ান কৰিব বিচাৰিলে তাৰ পৰাই কৰিব পাৰিব।
6. Image যুক্ত কৰণ
6.Image Alt যুক্তকৰণ।
অকল Image যুক্ত কৰিলে আপোনাৰ কাম সম্পূৰ্ণ নহব,Image ৰ লগত Image Alt ব্যৱহাৰ কৰিব, তাকো আকৌ Image Alt tag ত আপোনাৰ Main Keyword থাকিব লাগিব।
7. পৰস্পৰ ব্লগ পোষ্ট ৰ মাজত যুক্টকৰণ (Internal Linking)
Internal linking এটা অতি দৰকাৰী লিংক, আৰু আপোনাৰ ৱেবচাইট ত ব্যৱহাৰ কৰিলে, যদি কোনো Visitor আপোনাৰ কোনো এটা আৰ্টিকল পঢ়ি আছে তেতিয়া সেই আৰ্টিকল খন পঢ়ি থাকোঁতে যদি তেখেতৰ Interested কোনো বিষয়ৰ ওপৰত ইতিমধ্যে আপুনি কোনো ব্লগ পোষ্ট কৰি থাকে আৰু সেই পোষ্ট ৰ কোনো link আপুনি যদি পঢ়ি থকা আৰ্টিকল ত যুক্ত কৰা থাকে, নিশ্চয় সেই link ত অবশ্যই ক্লিক কৰিব।
গতিকে আপোনাৰ ৱেবচাইট ত সেই Vistor বেছি সময় অতিবাহিত কৰিব আৰু আপোনাৰ ৱেবচাইটৰ Bounch rate টো কমিব,Bounch Rate কমা মানে আপোনাৰ ৱেবচাইট ৰ কাৰণে ভাল হব।
8.বাহিৰা পোষ্ট ৰ মাজত যুক্তকৰন(Outbound Linking)
আপোনাৰ ৱেবচাইট ৰ বাহিৰেও বহুত ৱেবচাইট আছে যত আপুনি বিশ্বাস কৰে আৰু Genuine বা Unique ৱেবচাইট হয় তেনেকুৱা ৱেবচাইট ৰ লিংক আপোনাৰ blog পোষ্ট টো দিব পাৰে। এনে কৰিলে আপোনাৰ ৱেবচাইট ৰ ওপৰত Visitor বিশ্বাস স্থাপন হব।আপুনি Wikipedia ৰ ও লিংক কৰি দিব পাৰি।
9.Permalink ৰ ধৰণ
ব্লগ পোষ্ট ৰ কাৰণে Permalink ৰ Structure SEO ফ্ৰীয়েণ্ডলী হোৱাটো অতি দৰকাৰী। গতিকে Permalink যাতে বেছি দীঘল নহয়, আৰু আৰু Main Keyword টো যাতে আপোনাৰ Permalink ত থাকে।
Nice description