SEO কি আৰু কেনেকৈ কৰিব লাগে?  শিকক অসমীয়াত

seo-ki-aru-kenekoi-koribo-lage

আপুনি যদি ব্লগিংৰ বিষয়ে  শুনিছে তেন্তে নিশ্চয় আপুনি SEO ৰ বিষয়ে কিবা হলেও শুনিছে। আজি এই আৰ্টিকলৰ জৰিয়তে আপোনালোকে SEO কি আৰু কেনেকৈ কৰা হয় সকলো বিতং ভাৱে গম পাব। গতিকে ভালকৈ জানিবলৈ হলে প্ৰথমৰ পৰা শেষ লৈ গুৰুত্ব সহকাৰে পঢ়িব লাগিব।

SEO কি?

ইংৰাজীত SEO সম্পূৰ্ণ Full form হল Search Engine Optimization.এতিয়া আমি সহজ ভাষাত যদি কও SEO মানে হল আৰ্টিকল এখন গুগল ত submit কৰিব হলে যি অতান্ত গুৰুত্বপূৰ্ণ সেটিং আমি কৰোঁ অথবা যি দৰকাৰী সেত্তিংস ৰ জৰিয়তে আপোনাৰ লিখনি গুগল ত Search কৰিলে অতি সোনকালে Visitor এ বিচাৰি পাব।

SEO কেই ধৰণৰ আৰু কি কি ?

প্ৰথমতে আমি জানো লও SEO কেই ধৰণৰ হয় আৰু কি কি? সাধাৰণতে SEO দুই প্ৰকাৰৰ হয়।
  1. On-Page SEO(অন পেজ এস ই অ ) 
  2. Off-Page SEO (অফ পেজ এস ই অ )

ON page SEO কি আৰু কেনেকৈ কৰে ?

সহজ ভাষাত কব গলে আমি পেজ র ভিতৰত জি কিছু টেকনিক খটালে যাতে গুগল সার্চ ইঞ্জিন র পরা ট্রাফিক আমাৰ ওয়েবসাইট ত অতি সোনকালে আহে বা গুগলে আমাৰ ওয়েবসাইট ত থকা পোস্ট বিলাক অতি সোনকালে বিচাৰি তথ্য বিলাক দেখাব পারে। 

এতিয়া কথা হল আমি কেনেকৈ আমাৰ ওয়েবসাইট ত SEO কৰিলে গুগল অতি সোনকালে বিচাৰি পাব সেই বিষয়ে আজিৰ এই আর্টিকেল র জৰিয়তে আপোনালোকক অবগত কৰিব কৰিম। 

1. Keyword Placement সঠিক ভাবে কৰা 

seo-kenekoi-koribo-lage

আপোনাৰ আর্টিকেল ত Keyword Placement এটি গুরুত্বপূর্ণ বিষয়। কিন্তু তার আগতে আমি জানি লও আর্টিকেল এখন কেনেকৈ লিখিব পাৰি ?

প্রথমতে আমাৰ আর্টিকেল ত Title অথবা Heading যি আমি লিখিম আমাৰ Main Keyword টো তাত ৰখাটো বাঞ্চণীয়। 

উদাহরণস্বরূপ ,আমি লিখা এই আর্টিকেল র কথাকেই আলোচনা করো ,যেনেকৈ আমি দিয়া Title ত SEO কি আৰু কেনেকৈ কৰিব লাগে ?,যদি কোনোবাই SEO কি বুলি সার্চ কৰে আমাৰ লিখা আর্টিকেল টো অহাৰ সম্ভাবনা আছে আৰু যদি কোনোবাই SEO কেনেকৈ কৰিব লাগে? এইখিনি লিখিও  গুগল ত সার্চ কৰে তেতিয়াহলেও আমি লিখা আর্টিকেল টো অহাৰ পরিপূর্ণ সম্ভাবনা আছে। গতিকে যেতিয়া আমি কোনো আর্টিকেল লিখিম যাতে সদায় আমি Long Tail Keyword ব্যবহার করো।  

সহজ ভাষাত কলে ,Title Tag ত সদায়  Long Tail Keyword ত  বেবহার কৰিব লাগে যাতে ইয়াৰ ভিতৰত থকা যিকোনো Short কীওয়ার্ড লিখি সার্চ করিলে আপুনি লিখা আর্টিকেল গুগল সার্চ ইঞ্জিনে সহজতে ভিসিটরর সন্মুখত আনি দিব পারে।   

 ব্লগিং কৰোতে সদায় মনত ৰাখিবলগীয়া কিছুমান তথ্য  

  • Main Keyword টো যাতে টাইটেল ত থাকে। 
  • প্রথম প্যারাগ্রাফ ত আপোনাৰ আচল কীওয়ার্ড থকাটো অতি গুরুত্বপূর্ণ। 
  • Sub heading ত  keyword placement কৰাটো জরুরী।.
  • একেবাৰে শেষত লিখা মন্তব্যত অতি কমেও এবাৰ হলেও Main কীওয়ার্ড ব্যবহার কৰিব। 
  • আকৌ যধে মধে ,যত তত আচল কীওয়ার্ড ব্যবহার নকৰিব ,নহলে গুগলে কীওয়ার্ড Stuffing কৰা বুলি ধৰি লৈ আপোনাৰ ওয়েবসাইট র Ranking কমাই দিব। 

ইয়াতে এটা কাম কৰিবলগীয়া আছে যে আপুনি লিখা আর্টিকেল ত Major Heading টো সদায় Title ত যি  লিখিছে সেইটো হয় ,তার বাবে আপোনাক বেলেগ কৈ Major Heading দিয়াৰ প্রয়োজনীয়তা নাই।

অতি গুরুত্বপূর্ণ বিষয় যে আপুনি লিখা আর্টিকেল অতি কমেও ১০০০ শব্দৰ ওপৰত হলেহে পোস্ট টো Rank হওয়ার সম্ভাবনা বেছি থাকে ,গতিকে সদায় চেষ্টা কৰিব যাতে আপোনাৰ লিখা আর্টিকেল ১২০০ র পরা ১৫০০ শব্দৰ ভিতৰত হয়। 

2. আভ্যন্তরীন লিংক  বা Internal Link

Internal Links মানে হল আপুনি আপোনাৰ লিখনি বিলাক এটাৰ লগত আৰু এটা সংযোগ কৰাকে বুজায়।যেতিয়া কোনো নতুন আর্টিকেল পাবলিশ কৰিব তার লগত সঙ্গতি থকা পুৰণা যিকোনো লিখনির লিংক লগাই দিবো লাগে যাতে কোনো ভিসিটরে সেই আর্টিকেল ত আহিলে লিংক কৰি থকা আর্টিকেল ও পড়ার সুযোগ পায়। 

3. বাহ্যিক লিংক বা Outbound Link অথবা  External Link 

Outbound Link বা External লিংক সদায় কোনো এটা লিখনিত ব্যবহার কৰিলে Internal লিংক র নিচিনা এই লিংক ও আপোনাৰ ওয়েবসাইট র এস ই র  মানদণ্ডক উন্নতি কৰে। গতিকে যিকোনো আর্টিকেল লিখতে বা  পাবলিশ কৰিলে কোনো বিশ্বাসী ওয়েবসাইট র লিংক আপোনাৰ লিখনিত লিঙ্কর জৰিয়তে সন্নিবিষ্ট কৰিব পারে।

উদাহরণস্বরূপ ধৰক আপুনি এখন আর্টিকেল লিখিছে ব্লগপোস্ট কেনেকৈ Index কৰিব লাগে? যেতিয়া আপুনি লিখনি টো লিখিব তাত নিচ্চয় Google Search Console র বিষয়ে কিবা নহয় কিবা লিখিব লাগিব।

আপুনি নিচ্চয় লক্ষ্য কৰিছে যে ওপৰত থকা প্যারাগ্রাফত Google Search Console ত External লিংক বা Outbound লিংক সংযোগ কৰা হৈছে, নিচ্চিত কৰিবলৈ উপৰত থকা লিংক ত ক্লিক কৰিলে আপোনাক Google Webmaster Tool বা Google Search Console ত লৈ যাব। 

4. Image Optimization (ছবি অনুকূলন)

Image optimization কি আৰু কেনেকৈ কৰিব লাগে? ই এস ই অ র কাৰণে কিমান দৰকাৰী বা ওয়েবসাইট এখনর বাবে কিমান জরুরী সেই বিষয়ে নিচ্ছয় অল্প হলেও অবগত। গতিকে ই  যিকোনো ওয়েবসাইট ত ছবি অনূকুলন এ ওয়েবসাইট র গতিত ভালেখিনি সাহায্য কৰে। 

কেইটামান মনকৰিবলগীয়া কথা  

  •  ওয়েবসাইট ত আপুনি ১২০০ পিক্সেল X ৬৩০পিক্সেল অথবা ৬০০পিক্সেল X ৩১৪ পিক্সেল ছবি ব্যবহার কৰিব পারে। 
  • ব্লগপোস্ট ত ব্যবহার কৰা প্রত্যেক ছবি Compression Tools ব্যবহার কৰি  Size কমাই লব লাগে। iloveimg, Imagecompressor ইত্যাদি র পরা আপুনি ফটো বিলাকৰ KB বা MB কমাই লব পাৰিব। 

আকৌ গুগলে কোনো ব্লগপোস্ট ত ফটো যুক্ত কৰিলে বুজি নাপাব যেতিয়ালৈকে ফটো ত Alt Tag নলগায়। কাৰণ গুগল অথবা যিকোনো Search Engine যেনে Bing ,Yandex য়ে সদায় ফটোর লগত Alt Tag র ওপৰত হে গুরুত্ব দিয়ে। তলত দিয়া ফটো র পরা অনুমান লগাব পাৰিব। 

seo-ki-aru-kenekoi-koribo-lage


কেতিয়াবা কেতিয়াবা দেখিব আপোনাৰ আর্টিকেল ত ব্যবহার কৰা ফোটোবিলাক আর্টিকেল র লগত স্ক্রিনৰ তলত দেখাব। কোনো কোনো সময়ত আপোনাৰ আর্টিকেল নাহিলেও আপুনি যুক্ত কৰা ফোটোবিলাক আহি যায়। 

Off-Page SEO কি আৰু কেনেকৈ কৰিব লাগে?

Off-Page এস ই অ হল আপোনাৰ ব্লগ অথবা ওয়েবসাইট ত বেলেগ কোনো উৎস র পরা ট্রাফিক অনা যি প্রক্রিয়া। 

Backlink,হল off-page SEO উৎকৃষ্ট পন্থা যি আপুনি বিভিন্ন ওয়েবসাইট ত কমেন্ট কৰি বনাব পারে। ব্যাকলিংক র বিষয়ে বিশদভাবে জানিবলৈ  ব্যাকলিংক কি ?Do Follow, No Follow ব্যাকলিংক কেনেকৈ বনাব লাগে? পঢ়ক যাতে ব্যাকলিংক র বিষয়ে ভালকৈ জানিব পারে। 

মন্তব্যঃ 

আজি আপুনি পড়া লিখনি যেনে SEO কি আৰু SEO কেনেকৈ কৰিব লাগে? আপোনাৰ কেনে লাগিল?নিচ্চয় ভালে লাগিছে।যদি আপুনি এই খন আর্টিকেল র জৰিয়তে  কিছুপৰিমাণে উপকৃত হৈছে নিচ্চয় শেয়ার অথবা কমেন্ট কৰিবলৈ নাপাহৰিব। 



Next Post Previous Post
No Comment
Add Comment
comment url