Plagiarism Tools কি? Plagiarism Tools কিয় ব্যৱহাৰ কৰা হয়?

 আজিৰ এই আৰ্টিকল ৰ জৰিয়তে Plagiarism Tools কি?Plagiarism Tools ৰ সহায়ত কি কি কাম কৰিব পাৰি সেই বিষয়ে এই লিখনিৰ জৰিয়তে বিতং ভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম।

গতিকে প্ৰথমতে আমি জানো আহক Plagiarism টুল্স কি ?

plagiarism-tools-ki

Plagiarism Tools কি?

Plagiarism Tools হল ব্লগিঙ ৰ বাবে দৰকাৰী এটা Tools। এই Tools ৰ সহায়ত আমি লিখা লিখনি বিলাক Duplicate হয় নে নহয়, বা কোনোবাই কাৰোবাৰ পৰা লিখনি বিলাক কপি কৰিছো নে নাই সেই বিষয়ে আমি বিস্তাৰিত ভাৱে চেক কৰিব পাৰি।

গতিকে যদি আপুনি কাৰোবাৰ পৰা লিখনি কপি কৰিছে সেই খিনি তথ্য লগতে কিমান খিনি কপি কৰা হৈছে সেই বিষয়ে বেলেগে এই Plagiarism Tools ৰ দ্বাৰা বুজি পাব।

Plagiarism Tools কিয় ব্যৱহাৰ কৰা হয়?

Duplicate Content ধৰা পেলোৱাৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ ধৰনৰ ৱেবচাইট টুল্স ,যৰ পৰা আপুনি কৰোবাৰ পৰা কপি কৰা লিখনি ইয়াৰ মাধ্যমত চেক কৰি সেই খিনি Plagiarism ফ্ৰি কৰি সেই খিনি পাব্লিছ কৰিব পাৰে।

মন কৰিবলগীয়া কথা টো হল যিমান পাৰে Unique Content লিখিব চেষ্টা কৰিব আৰু লিখনিবিলাক নিজে অথবা ভাল কনটেন্ট রাইটার দ্বারা লিখিলে বেছি ভাল হব। কাৰণ কাৰোবাৰ পৰা কপি কৰা লিখনি ২-১ টা আর্টিকেল হয়তো কেনেবাকৈ  Rank কৰিব পাৰে ঠিকেই কিন্তু ই বেছি সময়লৈ কার্য্যকারী নহয়। 

সেই কাৰণে লাগিলে নিজে কষ্ট কৰি হলেও Unique Content সদায় লিখিব চেষ্টা কৰিব।

কিছুমান Plagiarism Tools বোৰ হল যি  আপুনি ব্যবহার কৰিব পারে। 

১.Duplicate Checker 

২.Grammarly-Plagarism Checker Tools 

৩.plagarismchecker.ai  

৪.Copyleaks.com 

৫.smalseotools.com -Plagiarism Checker 

৬.Quillbots Plagiarism Checker

.prepostseo.com ইত্যাদি। 

এইবোৰৰ উপৰিও আৰু বহুতো এনে Plagirism টুলস ইন্টারনেটত উপলব্ধ আছে ,ইয়াৰ ভিতৰত যদি ভাল রেজাল্ট বিচাৰে তেন্তে ইহঁতৰ প্রিমিয়াম ভার্শন ব্যবহার কৰিব পারে।  

পঢ়ক -ব্লগপোস্ট এখন কেনেকৈ তৈয়াৰ কৰিব ?

Next Post Previous Post
No Comment
Add Comment
comment url