14 Best SEO Friendly Blogger Template in Assamease Language
আজিৰ এই লিখনিত ব্লগিং র বাবে প্রয়োজনীয় ১৪ Best SEO Friendly ব্লগার টেম্পলেট র বিষয়ে আপোনালোকক অবগত করাম, আৰু আপুনি এই টেম্পলেট বিলাক ব্যবহার কৰি আপোনাৰ ওয়েবসাইট খন ধুনীয়া কৰাৰ লগতে Speed ও অত্যাধুনিক ভাবে বড়াব পাৰিব।
ব্লগ অথবা ব্লগপোস্ট তৈয়াৰ করা অতি সহজ কাম নহয় । কিন্তু ব্লগ র বাবে প্রয়োজনীয় টেম্পলেট নির্বাচন কৰাটো আমি ভাবো অত্যান্ত জটিল বিষয়। কাৰণ ইন্টাৰনেট ত অগণন টেম্পলেট আছে তার ভিতৰত আপোনাৰ প্রয়োজনীয় টেম্পলেট কেনেকৈ বাচনি কৰিব? যি টেম্পলেট Responsive, Fast Loading, SEO ফ্রেন্ডলি হয়। গতিকে আপোনাৰ কাৰণে আমি কেইটামান টেম্পলেট নির্বাচন কৰিছো ভাল লাগিলে ব্যবহার কৰি চাব পারে।
অতি গুরুত্বপূর্ণ বিষয় হল এই টেম্পলেট বিলাক অতি সহজে কাস্টোমাইজ কৰিবও পাৰি, গতিকে বেছি পলম নকৰি আমি মূল বিষয়লৈ যাও।
Best SEO-Friendly Blogger Template
আজি এই আর্টিকেল আমি ১৪ খন এস ই ও ফ্রেন্ডলি লগতে অতি দ্রুত ব্লগার টেম্পলেট র বিষয়ে আপোনালোকক অবগত কৰিব গৈ আছু।
১.জেট থিম ব্লগার টেম্পলেট (Jet Theme Superfast Template)
- এই থিম খন Responsive হয়
- Mobile Friendly
- এচ ই ও Friendly
- Google AdSense friendly
- Related পোষ্ট automatically দেখুওৱা হয় এই টেম্পলেট টোত।
- Content ৰ Sub হেডিং বিলাকৰ automatic টেবুল আকাৰে আহি যাব যিটো আপুনি বাকি টেম্পলেট বিলাকত নাপাব।
২.Ping Tong Fast Loading Template
- Responsive Fully
- Load Faster
- Sticky Sidebar Right Side.
- Lazy load
- Share Button
- Lazy Load for Images and Videos
- Subscription Box
- Can Add Header Background Color
- Related Post Catagory
- Breadcrumbs
৩. Bayna ফাস্ট ব্লগার টেম্পলেট
বায়না ফাস্ট ব্লগার টেম্পলেট অত্যান্ত ধুনীয়া Superfast SEO ফ্রেন্ডলি ব্লগার টেম্পলেট, এই টেম্পলেট খনৰ Right Sidebar এটা আৰু Left Side ত কনটেন্ট কাৰণে খুব সুন্দর ভাৱে Design কৰা হৈছে। যত আপুনি ব্যবহার কৰিলে ভালেখিনি সুবিধা পাব পারে।
- এই টেম্পলেট টো SEO ফ্রেন্ডলি হয়।
- মোবাইল অপটিমাইজ টেম্পলেট হয় অর্থাৎ মোবাইল ব্যবহার কারী সকলে এই টেমপ্লেটে কোনো অসুবিধাৰ সৃষ্টি নকৰে।
- আকর্ষণীয় Dropdown মেনু আছে।
- Social মিডিয়াত Share কৰাৰ সুবিধাও আছে।
- পোস্ট র তলত Related পোস্টর সুবিধাও আছে।
- ফাস্ট লোডিং টেম্পলেট হয়, Page Speed Test চেক কৰিবৰ বাবে Page Speed Inseights আৰু GTMetrix ত ক্লিক কৰি চাব পারে।
ওপৰত দিয়া লিঙ্ক ত ক্লিক কৰি Baynafast SEO Friendly Template খনৰ Preview আপুনি চাব পারে। ইয়াৰ লগতে যদি আপুনি অলপ পইচা ব্যায় কৰি Premium Template লব পারে তেন্তে আপোনাৰ কাৰণে ভাল হব।
৪.সানাই ব্লগার টেম্পলেট (Sanai Blogger Template)
Sanai টেম্পলেট SEO Optimized লগতে Responsive ব্লগার টেম্পলেট হয়। এই টেম্পলেট ত Featured Post, আৰু Right Side bar এ ভিসিটর ক বেছি আকর্ষণ কৰিব পারে যদি ব্যবহার করে, লগতে পোস্ট বিলাক Box টাইপ থকাৰ কাৰণে দেখাত ধুনীয়া লাগে।
- Responsive Design
- মোবাইল ফ্রেন্ডলি
- রিলেটেড পোস্ট
- Breadcrum
- Social Media শেয়ার সুবিধা।
- সার্চ বক্স আছে যত আপুনি যিকোনো পাবলিশ হওয়া পোস্ট সার্চ কৰি সহজতে ওলাব পাৰিব।
৫.এস ই ও রকেট টেম্পলেট ( SEO Rocket Template)
৬. ক্লিন ব্লগার টেম্পলেট (Clean Blogger Template)
৭. এস ই ও বুস্ট (SEO Boost Blogger Template)
ব্লগিং কৰা সকলে SEO Boost টেম্পলেট টোৰ বিষয়ে নজনা ব্লগাৰ কমে আছে, এই টেম্পলেট টো সকলোৰে প্ৰিয় হয়। টেম্পলেট খন দেখিবলৈ ও বহুত ধুনীয়া লগতে customize কৰা সকলোৰে কাৰণে সহজ ও হয়।
- Fully Responsive হয়
- Mobile Friendly হয়
- Google AdSense Friendly
- Logo set কৰাটোও অতি সহজ
- Related Post
- Social Media Sharing Button
- SEO Friendly
৮.Glassiki Advance Faster SEO Friendly Blogger Template
৯.Nikk UI-UI Colorful SEO Friendly Blogger Template
১০. Optima Blogger Template
১১.Starter Blogger Template
১২. Casper Premium Looking Blogger Template
১৩. Medium UI Blogger Template
১৪. Buzz Spot-Pro Blogger Template
মন্তব্য :
আজিৰ এই আর্টিকেল র জৰিয়তে আপোনালোকে ভালেখিনি উপকৃত হব বুলি আশা ৰাখিছো যত আপোনালোকে ১৪ Best SEO Friendly Blogger Template অসমীয়া ভাষার ওয়েবসাইট তো ব্যবহার কৰিব পাৰিব। ইয়াত যি কেইটা টেম্পলেট র বিষয়ে আলোচনা করা হৈছে গোটেই কেইটা বাচনি কৰোতে কিমান কষ্ট কৰিবলগা হৈছে আপোনালোকে ইতিমধ্য কিছু পৰিমানে হলেও অবগত হৈছে।
এই টেম্পলেট কেইটা Fast Loading Blogger Template লগতে Best AdSense Friendly Blogger Template ও হয়। কিন্তু পাৰিলে এই টেম্পলেট বিলাক Premium Version যদি ব্যবহার কৰিব পারে তেন্তে অধিক লাভবান হব কাৰণ Premium Version ত আপনাক Customization র ভাল সুবিধা প্রদান কৰে।
পঢ়ক - ব্লগার Xml Sitemap কেনেকৈ বনাব লাগে ?
- W
- Y
- W
- Y
- A