Blog Post কেনেকৈ Index কৰিব লাগে ?-অসমীয়াত জানি লওক

blogpost-kenekoi-index-koribo

প্ৰথমতে আজি আলোচনা কৰিম BlogPost কেনেকৈ Index কৰিব লাগে? আৰু কত কেনেকৈ Index কৰিম।আগতে আপোনালোকে ব্লগিং কি? আৰু ব্লগিং কেনেকৈ কৰিব লাগে? সেই বিষয়ে ইতিমধ্যে গম পাই আহিছে।এতিয়া ব্লগপোস্ট এখন কেনেকৈ Google Search Console ত যুক্ত করিম লগতে কেনেকৈ ইনডেক্স কৰিব লাগে সেই বিষয়ে বিতং কৈ জানিব চেষ্টা কৰিম। 

Search ইঞ্জিন ত Blog Post কেনেকৈ Index কৰিব লাগে ?

ব্লগপোস্ট এখন সার্চ ইঞ্জিন ত ইনডেক্স কৰিব লাগিলে কেইটামান পদটির সহায়ত আমি আগবাঢ়িব লাগিব ,যার ফলত হে আমি ব্লগপোস্ট ইনডেক্স কৰিব পাৰিম। 

ওয়েবসাইট Search ইঞ্জিন ত কেনেকৈ যুক্ত কৰিব ?

ব্লগপোস্ট কেনেকৈ ইনডেক্স কৰিব লাগে ?সেই বিষয় শিকার আগতে আমি জানি লও আহক কত কত ইনডেক্স কৰিব পাৰিম।Blogpost এখন Index কৰিব  লাগিলে প্রথমতে আপুনি  Google Search Console ত যাব লাগিব  আৰু তাত গৈ আপুনি নিজৰ ওয়েবসাইট খন  Property ত যুক্ত কৰিব লাগিব ইয়াৰ বাবে আপুনি আপোনাৰ ব্লগ র Home পেজ র URL যেনে https: //yourdomain.com / যুক্ত কৰি Submit ত ক্লিক কৰিব লাগিব। 

আপোনালোকে গুগলর সার্চ ইঞ্জিন গুগল সার্চ কনসোলত কেনেকৈ যুক্ত কৰিব লাগে সেই  বিষয়ে জানিলে ঠিক তেনেকৈ Bing সার্চ ইঞ্জিন অথবা Yandex ত একে পদ্ধতিৰে কামখিনি কৰিব লাগিব। 

Post বিলাক Webmaster Tools ত Submit কিয় কৰিব লাগে?

আপুনি লিখা পোস্ট বিলাক ওয়েব মাস্টার টুলত অথবা গুগল Search Console ত কিয় Submit কৰিব লাগে ?সেই বিষয়ে বিতং ভাৱে জানি লও আহক। পোস্ট বিলাক ওয়েবমাস্টার টুল ত এই কাৰণে ইনডেক্স কৰিব লাগে যাতে গুগল ত কোনোবাই আপুনি লিখা পোস্টর সংগতি থকা একে বিষয় Search কৰিলে Meta Description র জৰিয়তে ওলাই আহে। কাৰণ পোস্ট যদি ইনডেক্স নকৰে কেতিয়াও গুগল অথবা বিং Search ইঞ্জিন ত কেতিয়াও নাহে। 

Blogspot Site ত HTML code কেনেকৈ Paste  কৰিব ?

ব্লগার ওয়েবসাইট ত  HTML Code কত কেনেকৈ যোগ কৰিম সেই বিষয়ে জানি লও আহক  

Step By Step 

1. প্রথমতে আপুনি Blogger Dashboard  যাওক ।

2.  Settings  ত Click  কৰক ।

3. Edit HTML  ত ক্লিক কৰক। 

4. Control +F type  কৰি  <head>  লিখি  Search  কৰক। 

5 .এতিয়া আপুনি  Google search console র পৰা  HTML Code  খিনি  Copy  কৰি <Head> Section ত Paste  কৰি  Save  কৰি দিব। 

দ্বিতীয়তে আপুনি  Sitemap সৃষ্টি কৰি ড্যাশবোর্ড র সেটিংস ত থকা  Robots.txt ত  Add কৰি Save কৰি দিব। ব্লগার Xml Sitemap বিষয়ে নাজানে কেনেকৈ বনাব লাগে তেন্তে ব্লগার Xml Sitemap কেনেকৈ বনাব লাগে ?ক্লিক কৰি বিতং ভাৱে জানিব পারে। 

blogger-post-kenekoi-index-koribo


তৃতীয়তে Sitemap ত ক্লিক কৰাৰ পিছত (চিত্রত 1) আপোনাৰ ব্লগর Homepage URL রর লগতে অকল( চিত্রত 2) sitemap.xml  লিখি  Submit ত ক্লিক কৰি দিব। 

অতি গুরুত্বপূর্ণ বিষয় হল আপুনি যিমান বার নতুন পোস্ট লিখি পাবলিশ কৰিলে আপোনাৰ পোস্ট সোনকালে ইনডেক্স হওয়ার সম্ভাবনা থাকে। 

Blogpost এখনৰ URL Inspection কেনেকৈ কৰিব ?

url-inspection-kenekoi-kore

Sitemap Submit কৰাৰ পিছত আপোনাৰ ব্লগপোস্ট র URL খন কপি কৰি URLInspection অপশন ত ক্লিক কৰিলে এখন Box খোল খাবো যত আপুনি কপি কৰা URL খন পেস্ট কৰি Enter টিপি দিব। 

এই খিনি কাম কৰাৰ পিছত চিত্রত দেখুওয়া ধৰণে পেজ টো খোল খাব ,এতিয়া REQUEST INDEXING ত ক্লিক কৰি যার দ্বারা আপোনাৰ ব্লগর  URL খন Search ইঞ্জিন ত অন্তর্ভুক্ত কৰাৰ কাৰণে Signal পঠাব।  

আকৌ Test Live URL ত ক্লিক কৰি আপোনাৰ URL খন Search Console ত অন্তর্ভুক্ত হল নে নাই চেক কৰি চাব পারে। 

মন্তব্য 

অৱশেষত আমি নিচ্চয় বুজি পাইছো Blogpost কেনেকৈ Index কৰিব লাগে ?ব্লগপোস্ট ইনডেক্স কৰিব লাগিলে কেনেকৈ ইনডেক্স কৰাব পাৰো ,গতিকে এই আর্টিকেল খন আপোনাৰ পড়ি কেনে লাগিল নিচ্ছয় জনাব যদি ভাল লাগিছে শেয়ার কৰিবলৈ নাপাহৰিব। 

পঢ়ক-
Next Post Previous Post
No Comment
Add Comment
comment url