ব্লগাৰ Xml Sitemap কেনেকৈ বনাব লাগে ?

 আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ গৈ আছোঁ সেয়া হৈছে ব্লগাৰ  Xml Sitemap কেনেকৈ বনাব লাগে? আৰু Xml Sitemap কিয় বনাব লাগে? 

ব্লগিং কৰিবলৈ হলে আৰু লগতে পোস্টসূমহ  ইনডেক্স কৰিবলৈ হলে Xml ম্যাপ  থকাটো বাধ্যতামূলক।ব্লগস্পট ইনডেক্স সম্পৰ্কত কিবা জানিব থাকিলে এই পোস্ট যেনে Blog Post কেনেকৈ Index কৰিব লাগে? ভালকৈ পঢ়িলে বুজি পাবো।  

এই আর্টিকেল র সহায়ত ওয়ার্ডপ্রেস ওয়েবসাইট র বাবেও  কেনেকৈ Sitemap বনাব পাৰি সেই বিষয়েও অবগত করাম।  গতিকে বলক আজিৰ টপিক টো আৰম্ভ করো। 

blogger-xml-sitemap

ব্লগস্পট র বাবে Xml Sitemap কেনেকৈ বনাব?

ব্লগস্পট র কাৰণে  Sitemap generate কৰাৰ বহুত ৱেবচাইট আছে যৰ পৰা আপুনি একেবাৰে বিনামূলীয়া কৈ আপোনাৰ ৱেবচাইটৰ বাবে ব্যৱহাৰ কৰিবলগীয়া Blogger xml sitemap generate কৰিব পাৰি।

প্ৰথমতে আপুনি Google ত ব্লগাৰ sitemap generator লিখি Search কৰক, আৰু  Search কৰাৰ লগে লগে আপুনি কেইবাটও ৱেবচাইট দেখা পাব।  তার ভিতৰত আপোনাৰ ইচ্ছা অনুযায়ী যিকোনো এটা ওয়েবসাইট র পরা অতি সহজতে Xml Sitemap বনাব পাৰিব। 

যেনেকৈ আমি Labnol.org প্রথমতে পাইছো গতিকে ইয়াৰ পরা আমি কেনেকৈ বনাব পাৰি সেই বিষয়ে জানিম। 

blogger-xml-sitemap-generate


প্ৰথম ষ্টেপ -

উপৰোক্ত ছবিখনত আপুনি দেখাৰ দৰে https://lebnol.org ঠাইত আপোনাৰ ৱেবচাইটৰ URL Paste কৰি generate ত ক্লিক কৰক।যদি আপুনি ইয়াৰ পরা কপি কৰি লব খোজে তেতিয়াহলে Yourdomain র ঠাইত আপোনাৰ domain যুক্ত কৰি দিব।  

User-agent: *
Disallow: /search
Allow: /

Sitemap: https://yourdomain.com/atom.xml?redirect=false&start-index=1&max-results=500

দ্বিতীয় স্টেপ 

এতিয়া আপুনি আপোনাৰ ব্লগাৰ Dashboard ত গৈ Settings ত ক্লিক কৰি Custom Robots.txt যাওক। আপুনি কপি কৰা Sitemap খিনি Paste কৰি Save কৰি দিব।

WordPress ওয়েবসাইটর  Sitemap কেনেকৈ বনায়? 

WordPress ত Sitemap ব্লগাৰ ৰ নিচিনা কৈ Generator ৰ প্ৰয়োজন নহয়।WordPress ত কিছুমান Plugin যেনেকৈ Yoast SEO,AIOSEO,RankMath ইত্যাদি আছে এইবিলাকৰ দ্বাৰাই Sitemap বনাবো পাৰি।

WordPress ত  তলত দিয়া Sitemap টো এনেকুৱা ধৰনৰ হয় যত নেকি অকল Yourdomain ৰ ঠাইত আপোনাৰ Domain খন যুক্ত কৰি দিলে হৈ যাব 

sitemap:https://yourdomain.com/sitemap_index.xml 

মন্তব্য :
আজিৰ এইখন লিখনিৰ দ্বাৰা যেনে ব্লগাৰ ত Xml Sitemap কেনেকৈ বনাব লাগে? আপোনালোকে Sitemap ৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰিছে বুলি আমি ভাবো । গতিকে লিখনি টো ভাল লাগিলে নিশ্চিত ভাৱে Comment অথবা share কৰিব।

সততে সোধা প্ৰশ্নসমূহ


যিকোনো ওয়েবসাইট র বাবে Xml Sitemap প্ৰয়োজনীয়তা আছে নেকি  ?

হয়। সকলো ওয়েবসাইটত Xml Sitemap থকাটো অত্যান্ত জরুরি। 

Xml সূম্পর্ণ অর্থ কি  ?

Extensible Markup Language .

যিকোনো ওয়েবসাইট র Xml Sitemap কেনেকৈ চেক কৰিব ?

গুগল সার্চ ইঞ্জিন ত https://domainname.com/robots.txt লিখি সার্চ কৰিলে Xml Sitemap ওলাই পৰিব। অথবা robots.txt র ঠাইত /sitemap.xml লিখিলেও হব। 

Next Post Previous Post
No Comment
Add Comment
comment url