টকা অবিহনে অনলাইনৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি ?(How to Earn money Online without Investment)

earn-money-without-investment

আজি আপোনালোকৰ লগত এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব গৈ আছো যত আপনালোকে এটকাও বিনিয়োগ নকৰাকৈ উপাৰ্জন কৰিব পাৰিব.এনেকি মাহিলী লাখ লাখ টকাও  উপাৰ্জন কৰিব পাৰিব.

আজিকালি বেছিভাগ মানুহৰে ধাৰণা,টকা অবিহনে জীৱন নচলে,এই টকাৰ পিছে আমিও সদায় ঘুৰি থাকো যে টকা উপাৰ্জন কৰ পৰা কৰিব পৰা যায়|

অনলাইনত কেনেকৈ বিনিয়োগ নকৰাকৈ  উপাৰ্জন কৰিব পাৰি?

 আজি আপোনালোকক এনে কিছুমান  উপায় দেখুৱাৱ গৈ আছো যাৰ পৰা আপুনি মাহে মাহে  লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হব. সেয়া আকৌ একেবাৰে 100% genuine ভাৱে। 

  1.  ফ্রীল্যানসিং 
  2. ব্লগিং 
  3. Affiliate মার্কেটিং 
  4. Social Media মার্কেটিং 
  5. Youtube Channel বনাই 

১.ফ্ৰীলান্সিং 

ফ্রীলান্সিং হল এনে এটা পদ্ধতি যত আপুনি ঘৰতে বহি দূৰ দূৰণিৰ পৰা অনলাইনৰ জৰিয়তে বিভিন্ন প্রতিষ্টানৰ জৰুৰী কাম আপোনাৰ দক্ষতা অনুযায়ী কৰি তাৰ পৰা টকা উপাৰ্জন কৰাকে আমি ফ্ৰীলান্সি বুলি কোৱা হয় 

ফ্রীল্যানচিং ত যেনেকৈ আপুনি Logo ডিজাইন ,টাইপ রাইটিং ,গ্রাফিক্স ডিজাইন ,ওয়েব ডিজাইন কৰি উপার্জন কৰিব পাৰিব। এইবিলাকর উপৰিও বহুত মাধ্যম যেনে ফেসবুক ,ইউটুব ইত্যাদিৰ পরা শিকিও আমি ফ্রীল্যান্সিঙ কৰিব পাৰো। 

এনেকুবা নহয় যে আপনার কাম কৰাৰ দক্ষতা নাই বা কামবিলাক কি আৰু কেনেকৈ বা কৰিব লাগিব ?কেৱল মাথোঁ আপোনাৰ মাজত ইচ্ছা শক্তি থাকিব লাগিব। 

Freelancer.com 

 প্রথমতে আমি Freelancer.com, বিষয়ে জানিম ইয়াৰ পরা আমি কেনেকৈ টকা উপার্জন কৰিব পরা যায়। 

সর্বপ্রথম আমি freelancer.com গৈ নিজৰ ইমেইল দি লগতে আপনার কিছুমান গুরুত্বপূর্ণ তথ্য যোগান ধৰি একাউন্ট এখন বনাই লব ,যত আপুনি কি কি কাম আপুনি কৰিব সেইবিষয়ে অবগত কৰাব লাগিব। 

Fiverr.com 

Fiverr অত্যান্ত জনপ্রিয় একটা ফ্রীল্যান্সিঙ ওয়েবসাইট ,যর পরা লাখ লাখ টকা  বিনিয়োগ নকৰাকৈ বহুতে উপাৰ্জন কৰি আছে। যদি আপোনাৰ ইচ্ছা আছে আৰু আপুনি যদি বিচাৰে তেন্তে অতি সোনকালে fiverr ত যোগ দিয়ক। .বেলেগৰ নিচিনাকৈ আপুনিও মাহে মাহে ভাল টকা উপার্জন কৰিব পাৰিব। 

২.ব্লগিং 

ব্লগিং হল এটা অতি জনপ্রিয় মাধ্যম যত আপুনি বিনা পইচাত,এক টকাও  খৰচ নকৰাকৈ মাহেলি লাখ লাখ টকা উপার্জন কৰিব পাৰিব। ব্লগিং আপুনি বিভিন্ন বিষয়ৰ ওপৰত কৰিব পারে  যেনে ধৰক Political News ,Job News ,Fashion Design ,Travelling ইত্যাদি যি কাম যি কাম কৰি আপোনাৰ ভাল লাগে। গতিকে ব্লগিং র বিষয়ে অধিক জানিবলৈ ব্লগিং কি আৰু কেনেকৈ কৰিব লাগে ? পঢ়িব পারে। 

৩.Affiliate মার্কেটিং 

অনলাইন ত উপার্জন কৰা সকলোতকৈ অধিক উপার্জন কারী পন্থা যি আমি Affiliate Marketing বুলি জানো। Affiliate মার্কেটিং র জৰিয়তে আপুনি বিভিন্ন E-Commerce ওয়েবসাইট যেনে Amazon, Flipkart, Shopify, Ebay ইত্যাদি র পরা অধিক পৰিমানে উপার্জন কৰিব পাৰিব। গতিকে Affiliate মার্কেটিং র বিষয়ে অধিক জানিবলৈ Affiliate মার্কেটিং কেনেকৈ শিকিব পাৰি? ইয়াৰ জৰিয়তে কেনেকৈ উপার্জন কৰিব পাৰি? এই আর্টিকেল খন পঢ়িব পারে। 

৪.Social মিডিয়া মার্কেটিং 

Social  মিডিয়া যেনে ধৰক Facebook, Instagram ত  পেজ বনাই অথবা বেলেগৰ প্রোডাক্ট প্রমোশন কৰি বহুত টোকা উপার্জন কৰিব পাৰি। ওয়েবসাইট নহওয়া কৈও Social মেডিয়াৰ পরা মাহেলি এক বুজন সংখ্যক টোকা উপার্জন কৰিব পরা যায়। 

৫.Youtube চ্যানেল 

আপোনালোকে সকলোৱে জানে আজিৰ যুগত Youtube এটা খুব পরিচিত নাম, Youtube র বিষয়ে নজনা ব্যক্তি আজিৰ এই সমাজত এজনো  নোলাব। এই Youtube জৰিয়তে টোকা অবিহনে আমি লাখ লাখ টোকা উপার্জন কৰিব পাৰি ইয়াৰ বাবে লাগিব আমাক অদম্ম্য উৎসাহ আৰু প্রেরণা। 

মন্তব্য 

আজিৰ এই খন আর্টিকেল র জৰিয়তে টোকা অবিহনে অনলাইন র পরা কেনেকৈ উপার্জন কৰিব পাৰি সেই বিষয়ে জানিলো। আপোনালোকৰ এই লিখনি খন কেনে লাগিছে নিচ্চয় কমেন্ট কৰিব আৰু লগতে বেলেগৰ লগত Share কৰিবলৈ নাপাহৰিব।  

    Lang: English
Next Post Previous Post
No Comment
Add Comment
comment url