Affiliate Marketing কেনেকৈ শিকিব পাৰি ?ইয়াৰ জৰিয়তে কেনেকৈ উপাৰ্জন কৰিব পাৰি?

 আজি আপোনালোকৰ লগত আলোচনা কৰিব গৈ আছোঁ এফিলিয়েট মাৰ্কেটিং কেনেকৈ শিকিব পাৰি ইয়াৰ  জৰিয়তে কেনেকৈ উপাৰ্জন কৰিব পাৰি। কিন্তু তাৰ আগতে আমি জানি লোৱা ভাল যে আচলতে এফিলিয়েট মাৰ্কেটিং কি ? আৰু কেনেকৈ কৰিব পাৰি? 

এফিলিয়েট মাৰ্কেটিং কি ?(What is Affiliate Marketing?)

আমি যদি সহজ ভাষাত কবলৈ হলে এফিলিয়েট মাৰ্কেটিং বুলিলে আমি সাধাৰণতে যিকোনো সামগ্ৰী অনলাইনত ব্লগ অথবা সোশ্যাল মিডিয়া পেজ র পরা  বিক্ৰী কৰি তাৰ পৰা যি কমিছন, সামগ্ৰী ভিত্তিত উপাৰ্জন কৰিবলৈ সক্ষম হয় তাকেই এফিলিয়েট মাৰ্কেটিং বুলি কোৱা হয়। 

এফিলিয়েট মাৰ্কেটিং কেনেকৈ শিকিব পাৰি? 

প্ৰথমতে Affiliate Marketing ki এই বিষয়ে আমি নিচ্চয় গম পালো এতিয়া কথা হল Affiliate marketing কেনেকৈ কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি এই বিষয়ে আমি এতিয়া আলোচনা কৰোঁ আহক।

দ্বিতীয়তে affiliate marketing আমি কৰ পৰা কেনেকৈ কৰিব পাৰোঁ ?affiliate marketing কৰাৰ বহুতো জনপ্ৰিয় ৱেবচাইট আছে যেনেকৈ Amazon,Flipkart,Clickbank,Digistore24 ইত্যাদি।

ইয়াৰ উপৰিও আমি web hosting কোম্পানী যেনেকৈ Hostinger,Bluehost,Siteground,A2 hosting যৰ পৰা আমি এখন ৱেবচাইট পৰিচালনা কৰা হয় তাৰ বিষয়ে প্ৰচাৰ কৰিও আমি কমিশ্যনৰ জৰিয়তে আমি টকা উপাৰ্জন কৰিব পাৰি।

Affiliate Marketing  কৰি কেনেকৈ উপার্জন  কৰিব পাৰি?

আমি সকলোৱে জানো amazon এটা অতি জনপ্ৰিয় e-commerce site, যত আপোনালোকে কমপক্ষেও এদিন হলেও অন্তত এটা বস্তু অনলাইন ত কিনিছিল। গতিকে আমাৰ ভিতৰত বহুতে কোনো বস্তু অনলাইন ত কিনিব বিচাৰিলে কোনোবা নহয় কোনোবা এখন আৰ্টিকল অথবা সেই product ৰ আৰ্টিকল review খন পঢ়ি হে কিনে। আমি কব খুঁজি আছো যে যদি আমি কোনো এটা product ৰ বিষয়ে অতিগুৰি সকলো খিনি আমি আমাৰ এখন ব্লগ ৰ জৰিয়তে প্ৰকাশ কৰি তাৰ পৰা Income generate কৰিব পাৰোঁ।

affiliate-marketing-র-জৰিয়তে-কেনেকৈ-উপার্জন-কৰিব-পাৰি

এককথাত আমি Affiliate Marketing কৰি E-commerce ৱেবচাইট যেনেকৈ Amazon ,ClickBank,Share a Sale, ৰ পৰা আমি লাখ লাখ টকা অনলাইন ৰ জৰিয়তে উপাৰ্জন কৰিব পাৰি।

গতিকে আপুনি যদি Amazon ৰ হৈতে Affiliate Marketing কৰিব খুজিছে তেন্তে আপুনি  amazon associate ত যাব লাগিব আৰু তাত গ  এখন একাউণ্ট বনাব লাগিব.

Account Create কৰাৰ পিছত আপুনি ধুনীয়াকৈ সেই product ৰ বিষয়ে সুন্দৰ কৈ Review এখন লিখিব লাগিব। এতিয়া আপুনি Amazon site ত গৈ আপুনি বিচৰা product গৈ তাৰ পৰা লিংক খন কপি কৰি আপোনাৰ ৱেবচাইট ত টকা Buy Button ত যুক্ত কৰিব লাগিব। যেতিয়া Visitore ৱেবচাইট ত আপুনি লিখা আৰ্টিকল টো পছন্দনীয় হব তেতিয়া নিশ্চিত ভাৱে আপোনাৰ ৱেবচাইট ৰ মাধ্যমত গৈ Amazon ৰ পৰা সেই Product টো কিনিব পাৰে। 

মন কৰিবলগীয়া কথা যে Amazon ৰ পৰা লিংক খিনি কেইবাটাও মাধ্যমত কপি কৰিব পাৰি যেনে Text link,Text with Image ,Image link ইত্যাদি। 

ইয়াৰ লগতে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হল লিংক Add যেতিয়া কৰিব তেতিয়া সদায় Nofollow লিংক হিচাপে কৰিব।Nofollow লিংক র বিষয়ে অধিক জানিবলৈ ব্যাকলিংক কি? Dofollow Nofollow ব্যাকলিংক কেনেকৈ বনাব? ক্লিক কৰি জানিব পাৰিব। 

ইয়াৰ বাবে আপুনি লিংক Add কৰাৰ সময়ত  Add 'rel=nofollow' attribute   ত  Tick Mark দি  Save ত ক্লিক কৰি দিব। 

বিভিন্ন ওয়েবসাইট র বস্তু কেনেকৈ প্রমোট কৰিব? 

আপুনি ছাগে ভাৱি আছে বিভিন্ন E-Commerce ওয়েবসাইট ত গৈ বেলেগ বেলেগ কৈ Affiliate একাউন্ট বনাব লাগিব তেতিয়াহে আমি একে সময়তে বস্তু বিলাক প্রমোশন কৰিব পাৰিম।

এনেকুয়া কথা নহয় তাৰমানে  আমি কব খুঁজি আছু যে শুধু মাত্র এটা Affiliate ওয়েবসাইট  র জৰিয়তে আমি  বিভিন্ন E-Commerce ওয়েবসাইট র একে খন প্রোডাক্ট প্রমোট কৰিব পাৰি?  গতিকে ইয়াৰ বাবে আপনি বেলেগ বেলেগ ওয়েবসাইট ত গৈ বেলেগ বেলেগ Affiliate একাউন্ট বনাব নালাগে, কেৱল মাথো এটা Affiliate একাউন্ট র জৰিয়তে সকলো ওয়েবসাইট র পরা তেখেতসকলোৰ প্রোডাক্ট প্রমোশন কৰিব।  

প্রথমতে আপুনি Cuelink  ত গৈ তাতে এখন একাউন্ট বনাব লাগিব যার বাবে এটা কথা মনত ৰাখিব লাগিব যাতে যি ইমেইল ID আপুনি ব্লগার অথবা ওয়ার্ডপ্রেস ওয়েবসাইট ত ব্যবহার  কৰিছে সেই ইমেইল ID দি হে Cuelink ত একাউন্ট কৰিব লাগিব। 

মন কৰিবলগীয়া কথা হল আপুনি যদি আপনার ব্লগার একাউন্ট ত ব্যবহার কৰা Valid ইমেইল ID টো Cuelink ত ব্যবহার নকৰে তেতিয়াহলে আপোনাৰ একাউন্ট খন Cuelink র পরা Approve নকৰিব। কারণ যেতিয়া আপুনি Cuelink একাউন্ট খুলিব যাব তাতে আপোনাৰ ওয়েবসাইট র গোটেই তথ্য প্রদান কৰিব লাগিব।

মন্তব্য 

উপৰোক্ত লিখনি খন বিশেষ কৈ আমি আমি দিয়া তথ্য যেনে Affiliate মার্কেটিং কেনেকৈ শিকিব পারি ?ইয়াৰ জৰিয়তে কেনেকৈ উপার্জন কৰিব পাৰি ?আপনাক নিচ্চয় অধিক পৰিমানে লাভাম্ভিত কৰিব বুলি আশা কৰিলো। গতিকে আপোনাৰ যদি এই বিষয়ৰ ওপৰত যদি কিবা কবলগা থাকে কমেন্ট কৰিব পারে। 

Next Post Previous Post
No Comment
Add Comment
comment url