গুগল এনালিটিক্স কি? Google Analytics র প্রয়োজনীয়তা সম্পর্কে মূল্যৱান টিপ্স -অসমীয়াত (Beginner Guide)

আপুনি ব্লগিং র বিষয়ে  অৱগত আছে নেকি ?যদি আছে নিচ্চয় গুগল এনালিটিক্স কি ?আৰু Google Analytics Account কেনেকৈ বনাব লাগে ?আৰু ইয়াৰ প্রয়োজনীয়তা সম্পর্কে কিছু পৰিমাণে হলেও ধাৰণা আছে। 

google-analytics-account-কেনেকৈ-বনাব-লাগে

গতিকে আজিৰ এই লিখনিত Google Analytics র  বিষয়ে ৫ টা Google Analytics র প্রয়োজনীয়তা সম্পর্কে মূলাবান টিপস আপোনালোকর বাবে আগবঢ়াইছো। যদি গুগল এনালিটিক্স র  টিপস র বিষয়ে জানিব বিচাৰে তেন্তে এই লিখনি খন প্রথমৰ পরা শেষলৈ নিচ্ছয় পঢ়িব। 

কিন্তু আমি মূল বিষয়লৈ যওয়ার আগতে আমি জানিব লাগিব গুগল এনালিটিক্স  কি আৰু কেনেকৈ কাম কৰে। 

গুগল এনালিটিক্স কি? 

২০০৫ চনত গুগলে আগবঢ়া এটা ওয়েবসাইটর তথ্য সগ্রহ কৰা এবিধ অত্যাধুনিক Tools হল গুগল এনালিটিক্স। গুগল এনালিটিক্স র সহায়ত যিকোনো ওয়েবসাইট তথা মোবাইল এপ্লিকেশন র ট্রাফিক সম্বন্ধীয়  যিকোনো তথ্য আপুনি সংগ্রহ কৰি তার ওপৰত কৰিবলগীয়া কাম সুমুহ নিৰ্ধাৰণ কৰিব পাৰি। 

গুগল এনালিটিক্স এ ইমান দিনে দুটা পদ্দতিৰে তথ্যবিলাক সংগ্রহ কৰি আহিছিলে।যেনেকৈ Universal Analytics আৰু Google Analytics 4,যদিও বর্তমান সময়ত Google Analytics 4 হে কার্য্যকারী হৈ আছে।  

যদি আপোনালোকে এতিয়াও Universal Analytics র জৰিয়তে ডাটা বিলাক সংগ্রহ কৰি  আছে তেন্তে অতি সোনকালে Google Analytics 4 লৈ স্থানান্তৰ কৰি লব। 

৫ টা Google Analytics র প্রয়োজনীয়তা সম্পর্কে মূল্যৱান টিপস: 

  1. গুগল এনালিটিক্স র সহায়ত আপুনি তৎমুহূৰ্তত কেইজনে আপোনাৰ ওয়েবসাইট ত লিখনিবিলাক চাই আছে সেইটো চাব পারে। 
  2. কিমানজন ভিসিটরে কনটেন্ট বিলাক কিহেৰে মোবাইল নে Dextop ৰে চাই আছে সেই তথ্যও লব পারে। 
  3. কোন কোন পোস্ট ত কিমানজনে চাইছে আৰু কোনখন দেশৰ পরা চাইছে গোটেইখিনি তথ্য জানিব পাৰিব। 
  4. কিমান সময় ধৰি আপোনাৰ ওয়েবসাইট ত সময় অতিবাহিত কৰিলে সেইবিষয়েও জানিব পাৰিব। কাৰণ যিমান সময় অতিবাহিত কৰিব সিমানেই আপোনাৰ কাৰণে ভাল হব। গতিকে যিমান পারে আপোনাৰ কনটেন্ট বিলাক এটাৰ লগত আন এটা সংযোগ কৰিব যাতে এটা আর্টিকেল পড়ার পিছত আন এটা আর্টিকেল  পড়ার সুযোগ পায়। 
  5. Search Query বিলাক জানিব পাৰিব, আপুনি ব্যবহার করা কীওয়ার্ড র Related কীওয়ার্ড সার্চ কৰি কিমান জনে আহিলে সেইখিনি তথ্যও সংগ্রহ কৰিব পাৰিব। 

গুগল Analytics একাউন্ট কেনেকৈ বনাব পাৰি? (How to Create an Account in Google Analytics?)

আপোনাৰ ওয়েবসাইট র কাৰণে গুগল এনালিটিক্স র সুবিধা সুমুহ সংগ্রহ কৰিব বিচাৰিলে তলত দিয়া বিভিন্ন পদ্বতি সুমুহ অবলম্বন কৰিব পারে। 

স্টেপ ১-প্রথমতে ৱেব ব্ৰাউজাৰ ত গৈ Google Analytics লিখি Search কৰিব।

Step ২- Get Started option টোত ক্লিক কৰিব তাৰ পিছত Create a Account option ত ক্লিক কৰি আপোনাৰ ৱেবচাইট ৰ নাম লিখিব। 

google-analytics-account-kenekoi-bonabo

৩য় স্টেপ -এতিয়া Next ক্লিক কৰাৰ পিছত Property Name ত ওয়েবসাইট র নাম লিখি Time Zone আৰু Currency সেট কৰি দিব। 


google-analytics-account
স্টেপ ৩-চিত্রত দেখা ধৰণে Show Advance Options ত ক্লিক কৰি দিব। ইয়াৰ পরা আপুনি Universal.Analytics আৰু GA-4 দুয়োটা Property সিলেক্ট কৰিব পারে  যদিও Universal এনালিটিক্স টো কার্যকারি হৈ থকা নাই। GA-4 Property র জৰিয়তে এতিয়া আপোনাৰ সকলো খিনি চাব পাৰিব। 


 

google-analytics-account-in-assamease
স্টেপ-৪-Business details ত আপোনাৰ ওয়েবসাইট রিলেটেড যিকোনো বিষয়ত সিলেক্ট কৰি Create Button ত ক্লিক কৰিলে হব।  

Next Post Previous Post
No Comment
Add Comment
comment url