ব্লগিং কি ? আৰু ব্লগিং কেনেকৈ কৰিব লাগে ?(How to do blogging in Assamese) -অসমীয়াত শিখক

 Blogging-mane-ki

আজি এটা অতি গুরুত্বপূর্ণ বিষয় লৈ আলোচনা কৰিব গৈ আছো যেনে ব্লগিং কি ? আৰু ব্লগিং কেনেকৈ কৰিব লাগে ?যদি আপুনি ব্লগিং ৰ বিষয়ে জানিব বিচাৰে তেন্তে এই লিখনি টো প্ৰথমৰ পরা শেষলৈ অতি গুরুত্ব সহকাৰে পঢ়িবলৈ যত্ন কৰিব। 

ব্লগিং কি? 

ব্লগিং মানে হল এটা অনলাইন পেশা যত নেকি, আপুনি আপনাৰ ইণ্টাৰেষ্টেড বিষয়ৰ ৰ ওপৰত,মানে আপুনি যি বিষয়ৰ ওপৰত পাৰ্গত,সেই বিষয়ের ওপৰত আৰ্টিকল লিখি ৱেবছাইট ৰ জৰিয়তে পাব্লিশ কৰি তাৰ মাধ্যমত উপাৰ্জন কৰাকে আমি ব্লগিং বুলি কও ।

ব্লগিংৰ জৰিয়তে আমি কি কি কাম কৰিব পাৰি ?

ব্লগিং র মাধ্যমত আপুনি এখন একেবাৰে বিনামূল্যেই ওয়েবসাইট এখন বনাব পাৰিব ,যত আপুনি আপোনাৰ পছন্দ অনুযায়ী বিষয় এটা নির্বাচন কৰি সেই বিষয়ৰ ওপৰত আর্টিকেল লিখি অনলাইন ত পাবলিশ কৰিব পাৰিব। 

অকল পাবলিশ করাই নহয় তাৰপৰা মাহে মাহে লাখ লাখ টকাও উপার্জন কৰিব পাৰিব। 

  •  প্রথম কথা হল ,ব্লগিংৰ জৰিয়তে আপুনি অনলাইন ত উপার্জন কৰিব পাৰিব। 

  • দ্বিতীয়তে ,আপোনাৰ দক্ষতা থকা বিষয়ৰ ওপৰত আর্টিকেল লিখি বেলেগক শিক্ষা প্রদান কৰাৰ লগতে আপোনাৰ দক্ষতা আৰু বেছি  টনকিয়াল কৰিব পাৰিব। 

  • ব্লগিং র সহায়ত আপনি বিভিন্ন ধৰণৰ ই -কমার্চ কোম্পানি যেনে Amazon ,Flipkart ,Ebay Shopify ইত্যাদি কোম্পানীৰ লগত অনলাইন ত ব্যবসায় কৰিব পাৰিব। ইয়াৰ দ্বারা আপুনি কোম্পানির  লগত Affiliate Marketing কৰি আপোনাৰ যোগ্যতা অনুযায়ী শতকরা ২%র পরা ১২% লৈকে কমিশন উপার্জন কৰিব পাৰিব। যদি এফিলিয়াট মার্কেটিং র বিষয়ে অধিক জানিব খুজে তেন্তে Affiliate মার্কেটিং কেনেকৈ শিকিব পাৰি, ইয়াৰ জৰিয়তে কেনেকৈ উপার্জন কৰিব পাৰি এই লিখনিখন পৰিব পারে। 

  • এইবিলাক উপৰিও যদি আপুনি Travelling কৰি ভাল পায় ,যেনে ধৰক যদি কোনোবাই কেইদিন  পিছে পিছে Travelling কৰিব লগা হয় কৰবাত নহয় কৰবাত যায়। আপুনি সেই ট্রাভেলিং র যি আপোনাৰ অভিজ্ঞতা ,নাইবা আপুনি কি কি ধৰণৰ অসুবিধা উপলব্দ কৰিছে ,গোটেই কথাখিনি আপোনাৰ ওয়েবসাইট র জৰিয়তে প্রকাশ কৰিব পাৰিব যাতে কোনোবাই তেনে এখন ভ্রমণ লৈ যাওতে তেনেকৈ অসুবিধা যাতে পৰিব লগা নহয়। 

  • আপুনি যিকোনো ধৰণৰ টেকনিকাল বিষয় যেনেকৈ মোবাইল এপ্লিকেশন ,গেমিং ,ফেইসবুক ইত্যাদিৰ বিষয়ে বেলেগক  কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিষয়ের উপরত লিখিব পারে। 

  • ইয়াৰ উপৰিও মেগাজিন, নিউজ, ফেশ্বন ডিজাইন ডিজিটেল মার্কেটিং,ফেচবুক মাৰ্কেটিঙ ইত্যাদিৰ বিষয়ে বিনামূলীয়া কৈ ৱেবছাইট বনাই তাৰ পৰা উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰিব, যত আপোনাৰ একান্ত একাগ্ৰতা আৰু নিষ্ঠাৰ প্ৰয়োজন হব ।

ব্লগার ত বিনামূলীয়াকৈ  ওয়েবসাইট কেনেকৈ বনাব পাৰি? 

প্রথমতে যদি আপুনি বিনামূলীয়া ভাৱে ওয়েবসাইট এখন বনাব খুজিছে তেন্তে আপোনাৰ ওচৰত Valid Email ID থকাটো জরুরী। আজিকালি সকলৰ ওচৰত ইমেইল Id আছে কাৰণ স্মার্ট মোবাইল ফোন ব্যবহার কৰিলে ইমেইল ID জরুরী হয়।  

Step By Step-

  • প্ৰথমতে আপুনি Blogger.com চাৰ্চ বাৰত লিখি চাৰ্চ কৰিব। 

  • আপুনি যি বিষয়ৰ উপৰত পাৰ্গত সেই বিষয়ৰ Niche select কৰিব যাতে visitor ৱেবচাইটৰ নাম খিনি দেখিয়ে অনুমান কৰিব পাৰে যে আপুনি কিহৰ ওপৰত আৰ্টিকল লিখিছে। ইয়াৰ উপৰিও ৱেবচাইট ৰ নামখিনি যাতে চুটি হয় লগতে সহজতে মনত ৰাখিব পাৰে তেনেকুৱা ধৰণৰ নাম বাছনি কৰিব।

  • ইয়াৰ পিছত ব্লগাৰ Dashboard ত সেটিং ত ক্লিক কৰি Description ত ধুনীয়াকৈ আপুনি কিহৰ ওপৰত আৰ্টিকল পাবলিছ কৰিব বিচাৰে সেই কথাখিনি লিখিব, আৰু Save কৰি দিব।

  • Description লিখাৰ পিছত Blog Language ত ক্লিক কৰি আপুনি যি ভাষাত ব্লগ লিখিব খুজিছে সেই ভাষা টো বাচনি কৰিব। 

  • HTTPS Redirect option ত  ক্লিক কৰি  ON কৰি দিব। 

  • Reader Access ত  ক্লিক কৰি Public কৰি দিব। 

  •  Comment location ত  ক্লিক কৰি Embedded অপশন টো বাচনি কৰিব। .
  •  Comment Moderation ত  ক্লিক কৰি Always অপশন টো বাচনি কৰিব। 
  • Post Using Email ত  ক্লিক কৰি Publish post Immediately.
  • Time Zone  ত  ক্লিক কৰি click kori GIMT+5.30-Indian Standard Time-Kolkata Select কৰি লব। 

  •   Enable Meta Description টি ক্লিক কৰি ধুনীয়া কৈ আপুনি যি বিষয়ত লিখনি লিখিব বিচাৰে সেই বিষয়ে ১৫০ শব্দৰ ভিতৰত লিখি save কৰি দিব। আপুনি যি কেইটা স্টেপ ইতিমধ্যে পঢিলে গোটেই কেইটাৰ ভিতৰত এইটো আটাইতকৈ বেছি গুরুত্বপূর্ণ হয়  .

  • ইয়াৰ পিছত Enable Custom Robots.txt ত Xml Sitemap যুক্ত কৰিব লাগিব। Xml Sitemap র বিষয়ে বিতংভাৱে জানিব বিচাৰিলে ব্লগার Xml Sitemap কেনেকৈ বনাব লাগে? ইয়াত ক্লিক কৰি সবিশেষ জানিব পাৰিব। এতিয়া Xml Sitemap টো Enable Custom Robots.txt ON কৰি Custom Robots. txt ত paste কৰি save কৰি দিব। 

  •   Robot.txt র পিছত  Custom robots header tags ত ক্লিক কৰিলে Home Page Tags  পাব, যত আপুনি  ALL আৰু  Nodp অপশন ত ক্লিক কৰি ON করি দিব। ইয়াৰ পিছত  Archive and Search page Tags ত ক্লিক কৰি Noindex লগতে  Nodp অপশন বাচনি কৰি Save কৰি দিব .একেবাৰে শেষত Post and page tags ত ক্লিক কৰি  All আৰু  Nodp অপশন টো বাচনি কৰি  Save কৰি দিব। 
ব্লগিং কৰোতে কিছুমান গুরুত্বপূর্ণ এস ই অ সেটিংস কৰিব লাগে যি কাম নকৰিলে আপোনাৰ ওয়েবসাইট টো সার্চ ইঞ্জিন ত Rank কৰাব নাপারিবো আৰু অর্গানিক ট্রাফিক ও নাহিব। গতিকে যদি সেই এস ই অ সেটিংস র বিষয়ে বিশদ ভাৱে জানিব খুঁজে নিচ্চয় SEO কি আৰু কেনেকৈ কৰিব লাগে? এই লিখনিটো ভালকৈ পঢ়িব। 

Conclusion:

আজিৰ এই আর্টিকেল র জৰিয়তে ব্লগিং কি? আৰু ব্লগিং কেনেকৈ কৰিব লাগে ?সেই বিষয়ে নিচ্ছয় ভাল কৈ অবগত হব পাৰিছে। গতিকে এই তথ্য খিনি আপোনালোকক উপকৃত কৰিব বুলি আশা করো আৰু ভাল লাগিলে শেয়ার কৰিবলৈ নিচ্ছয় নাপাহৰিব। 


সততে সোধা প্রশ্নসূমুহ 

ব্লগিং যিকোনো ভাষাত কৰিব পাৰি নেকি ?হয়। নিচ্চয় সকলো ভাষাতে পাৰিব। 
এফিলিয়াট মার্কেটিং ক ব্লগিং বুলি কব পাৰিনে  ?

হয়। এফিলিয়াট মার্কেটিং একপ্ৰকাৰ ব্লগিং। 

ব্লগিং ত কীওয়ার্ড রিসার্চ র প্রয়োজনীয়তা আছে নেকি ?

কীওয়ার্ড রিসার্চ নকৰাকৈ আপুনি ব্লগিং ত সফলতা অর্জন কৰা একেবাৰে অনিচ্চিত। 


Next Post Previous Post
No Comment
Add Comment
comment url