Backlink কি? Do follow,No follow Backlink কেনেকৈ বনাব লাগে ?

dofollow-nofollow-backlink-ki

আজি আপোনালোকৰ লগত আলোচনা কৰিব গৈ আছো Backlink কি Dofollow ,Nofollow Backlink কিয় বনাব লাগে ?আৰু এই ব্যাকলিঙ্ক কেনেকৈ আমি বনাব পাৰো। 

গতিকে Dofollow ,Nofollow Backlink সম্পর্কে অপুনি যদি জানিব বিচাৰিছে তেন্তে এই আর্টিকেল খিনি প্রথমৰ পরা শেষ লৈকে অতি গুরুত্ব সহকাৰে নিচ্চয় পঢ়িব। গতিকে বলক আমি আৰম্ভ কৰো। 

Backlink কি ? 

ব্যাকলিংক হল এটা অতি গুরুত্বপূর্ণ মাধ্যম যার জৰিয়তে আমি বেলেগ এটা ওয়েবসাইট র পরা আপোনাৰ ওয়েবসাইট লৈ ভিসিটর অনা এটা প্রক্রিয়া মাথো। কিন্তু আপোনাৰ ওয়েবসাইটত ভিজিটরে বিচৰা তথ্য খিনি থাকিব লাগিব। 

এই ব্যাকলিংক দুই ধৰণৰ হব পারে এটা হল Dofollow ব্যাকলিংক আৰু Nofollow ব্যাকলিংক। আমি এই বিষয়ে জনার আগতে আমি জানি লও ব্যাকলিংক আমি কিয় বনাব লাগে।  

Backlink কিয় বনাব লাগে ? 

ব্যাকলিংক এটা Create কৰাৰ প্রথম উদ্দেশ্য হল ওয়েবসাইট এটা প্রফেশনাল ওয়েবসাইট লৈ রূপান্তৰ করাত ই গুরুত্বপূর্ণ ভূমিকা পালন কৰে। দ্বিতীয়তে যার জৰিয়তে বেলেগ ওয়েবসাইট র পরা নিজৰ ওয়েবসাইট লৈ ভিজিটর আহে যত আপোনাৰ ওয়েবসাইট র value বৃদ্ধি করাত সহায় করে। ইয়াৰ লগতে আপোনাৰ ওয়েবসাইট র Organic ট্রাফিকৰ সংখ্যা দিনে দিনে বৃদ্বি করাত অতি গুরুত্বপূর্ণ ভূমিকা পালন করে।  

Do follow ব্যাকলিংক  কি ? 

Do follow Backlink আপুনি যিকোনো Trust থকা ভাল ওয়েবসাইট, বেছি ভিসিটর থকা ইউনিক ওয়েবসাইট যেনেকৈ WikipediaGoogle Search Console, গুগল Analytics ইত্যাদি ওয়েবসাইট সৈতে External লিংক কৰিব গোলে তেতিয়া Do Follow ব্যাকলিংক হিচাপে কৰিব। Do Follow ব্যাকলিংক দেখাত এনেধৰণৰ 

<a href="https://yourdomain.com/">Yourlink Content <a />  

 কাৰিকৰী ভাবে আমি যিবিলাক  Default লিংক বেলেগ ওয়েবসাইট র লগত ব্যবহার কৰাৰ সময়ত কোনো অতিৰিক্ত Attribute ব্যবহার নকৰো সেই সকলো বিলাকেই Do Follow লিংক। এই লিংক বিলাক কৰোতে কোনো পৰিবৰ্তনৰ প্রয়োজন নহয়। 

Do Follow ব্যাকলিংক কৰাৰ উপকারীতা  

  • Dofollow বেকলিংকসমূহে চাৰ্চ ইঞ্জিনৰ ফলাফলত আপোনাৰ ওয়েবসাইট র উন্নতি হওয়াত সহায় কৰে। 
  • এই বেকলিংকসমূহে আপোনাৰ বিষয়বস্তুক একাধিক মূলশব্দৰ বাবে উচ্চ স্থান লাভ কৰাত সহায় কৰে।
  • ই আপোনাৰ ওয়েবসাইটর  গুগলৰ ব্যাকলিংক সৃষ্টিৰ এলগৰিদমৰ সৈতে অধিক বৈধ হোৱাটো নিশ্চিত কৰে৷
  • এই কৌশলে আপোনাৰ ওয়েবসাইটর গুগলত উচ্চস্থানত লবলৈ সহায় কৰাৰ লগতে  আপোনাক অধিক উপার্জনৰ সুবিধা কৰি দিয়ে ।

No Follow ব্যাকলিংক  কি? 

কিন্তু যেতিয়া আপুনি কোনো Affiliate মার্কেটিং কৰিব যাব তেতিয়া E-Commerce ওয়েবসাইট র লগত Nofollow হিচাপে হে লিংক কৰিব। গতিকে, dofollow লিংক হৈছে ভাল, বিশ্বাসযোগ্য লিংকৰ বাবে কথিত শব্দ।

যদি আপুনি Affiliate মার্কেটিং র বিষয়ে শিকিব বিচাৰে তেন্তে Affiliate মার্কেটিং কেনেকৈ শিকিব পাৰি আৰু ইয়াৰ জৰিয়তে কেনেকৈ উপার্জন কৰিব পাৰি এই তথ্য খিনি ভালকৈ পঢ়ক। 

এটা Nofollow লিংকত HTML ক'ড আছে যিটো এনেকুৱা দেখা যায়:

<a href=“https://yourdomain .com/” rel=“nofollow”>Your Linking Content  </a>

Nofollow লিংকৰ বাবে লিংকত এটা অতিৰিক্ত  rel=“nofollow” বৈশিষ্ট্য যোগ কৰা হয় যাতে চাৰ্চ ইঞ্জিনসমূহে জানিব পাৰে যে এই লিংকে SEO ক সহায় বা আঘাত নকৰে ।

Backlink কেনেকৈ বনাব লাগে ? 

Backlink কি আৰু কিয় বনাব লাগে সেইবিষয়ে আমি ইতিমধ্য নিচ্চয় বুজি  পাইছো। এতিয়া আমি আলোচনা কৰিব গৈ আছো ব্যাকলিংক কেনেকৈ আৰু কর পরা কিহৰ সহায়ত বনাব পাৰি।

ব্যাকলিংক বনাবলৈ হলে আপুনি যিবিলাক ওয়েবসাইটর ডোমেইন রেটিং বেছি অর্থাৎ ভাল ভাল গুনসুম্পূর্ণ বিষয়ৰ ওপৰত লগতে  আপুনি বিচৰা Niche ওপৰত  আর্টিকেল আছে সেইবিলাক ওয়েবসাইট ত ভিসিট কৰক। আকৌ যত নেকি মাহেলি লাখ লাখ ভিসিটর নিজৰ প্রয়োজনীয় বস্তু বা লিখনি বিচাৰি আহে তেনেকুয়া ওয়েবসাইটর আপুনি লিখা আর্টিকেল র সঙ্গতি থকা আর্টিকেল ত গৈ তাতে সুন্দৰ কৈ কমেন্ট কৰি তাত নিজৰ আর্টিকেল র লিংক দি দিব। 

ইয়াৰ ফলত কি হব আপুনি কমেন্ট কৰা ওয়েবসাইট ত যদি কোনো ভিসিটর এ সেই আর্টিকেল খন পঢ়ি এবাৰ হলেও কমেন্ট ত যাব আৰু  সেই ওয়েবসাইট র Owner এ আপোনাৰ কমেন্ট Approve কৰাৰ পিছত আপুনি কমেন্ট করা সেই লিংক টো বিচাৰি পায়,নিচ্চয় তাতে ক্লিক কৰিব যার ফলত ভিসিটর জনে Directly আপোনাৰ ওয়েবসাইট ত আহিব। 

কিছুমান Do Follow ব্যাকলিংক দিব পরা ওয়েবসাইট 

  • Podbean
  • Product Hunt
  • TripAdvisor
  • SB Nation
  • Bloglovin
  • Strikingly
  • Help a Reporter Out (HARO)

ইয়াৰ উপৰিও কিছুমান Social Bookmarking  Site যার পরা Do Follow ব্যাকলিংক পাব পাৰি। 

মন্তব্য: 

ওপৰত দিয়া লিখনি যেনে Backlink কি? Do Follow  No follow Baclink কেনেকৈ বনাব লাগে সেই বিষয়ে নিচ্চয় ভাল ভাৱে অবগত হৈছে আৰু বুজিও পাইছে। যদি তথ্য খিনির ওপৰত কিবা কবলগীয়া থাকে নিচ্চয় কমেন্ট কৰি জনাব আৰু লগতে শেয়ার কৰিবলৈ নাপাহৰিব। 






    Lang: English
Next Post Previous Post
No Comment
Add Comment
comment url