Backlink কি? Do follow,No follow Backlink কেনেকৈ বনাব লাগে ?
আজি আপোনালোকৰ লগত আলোচনা কৰিব গৈ আছো Backlink কি Dofollow ,Nofollow Backlink কিয় বনাব লাগে ?আৰু এই ব্যাকলিঙ্ক কেনেকৈ আমি বনাব পাৰো।
গতিকে Dofollow ,Nofollow Backlink সম্পর্কে অপুনি যদি জানিব বিচাৰিছে তেন্তে এই আর্টিকেল খিনি প্রথমৰ পরা শেষ লৈকে অতি গুরুত্ব সহকাৰে নিচ্চয় পঢ়িব। গতিকে বলক আমি আৰম্ভ কৰো।
Backlink কি ?
Backlink কিয় বনাব লাগে ?
ব্যাকলিংক এটা Create কৰাৰ প্রথম উদ্দেশ্য হল ওয়েবসাইট এটা প্রফেশনাল ওয়েবসাইট লৈ রূপান্তৰ করাত ই গুরুত্বপূর্ণ ভূমিকা পালন কৰে। দ্বিতীয়তে যার জৰিয়তে বেলেগ ওয়েবসাইট র পরা নিজৰ ওয়েবসাইট লৈ ভিজিটর আহে যত আপোনাৰ ওয়েবসাইট র value বৃদ্ধি করাত সহায় করে। ইয়াৰ লগতে আপোনাৰ ওয়েবসাইট র Organic ট্রাফিকৰ সংখ্যা দিনে দিনে বৃদ্বি করাত অতি গুরুত্বপূর্ণ ভূমিকা পালন করে।
Do follow ব্যাকলিংক কি ?
<a href="https://yourdomain.com/">Yourlink Content <a />
Do Follow ব্যাকলিংক কৰাৰ উপকারীতা
- Dofollow বেকলিংকসমূহে চাৰ্চ ইঞ্জিনৰ ফলাফলত আপোনাৰ ওয়েবসাইট র উন্নতি হওয়াত সহায় কৰে।
- এই বেকলিংকসমূহে আপোনাৰ বিষয়বস্তুক একাধিক মূলশব্দৰ বাবে উচ্চ স্থান লাভ কৰাত সহায় কৰে।
- ই আপোনাৰ ওয়েবসাইটর গুগলৰ ব্যাকলিংক সৃষ্টিৰ এলগৰিদমৰ সৈতে অধিক বৈধ হোৱাটো নিশ্চিত কৰে৷
- এই কৌশলে আপোনাৰ ওয়েবসাইটর গুগলত উচ্চস্থানত লবলৈ সহায় কৰাৰ লগতে আপোনাক অধিক উপার্জনৰ সুবিধা কৰি দিয়ে ।
No Follow ব্যাকলিংক কি?
যদি আপুনি Affiliate মার্কেটিং র বিষয়ে শিকিব বিচাৰে তেন্তে Affiliate মার্কেটিং কেনেকৈ শিকিব পাৰি আৰু ইয়াৰ জৰিয়তে কেনেকৈ উপার্জন কৰিব পাৰি এই তথ্য খিনি ভালকৈ পঢ়ক।
এটা Nofollow লিংকত HTML ক'ড আছে যিটো এনেকুৱা দেখা যায়:
<a href=“https://yourdomain .com/” rel=“nofollow”>Your Linking Content </a>
Nofollow লিংকৰ বাবে লিংকত এটা অতিৰিক্ত rel=“nofollow” বৈশিষ্ট্য যোগ কৰা হয় যাতে চাৰ্চ ইঞ্জিনসমূহে জানিব পাৰে যে এই লিংকে SEO ক সহায় বা আঘাত নকৰে ।
Backlink কেনেকৈ বনাব লাগে ?
Backlink কি আৰু কিয় বনাব লাগে সেইবিষয়ে আমি ইতিমধ্য নিচ্চয় বুজি পাইছো। এতিয়া আমি আলোচনা কৰিব গৈ আছো ব্যাকলিংক কেনেকৈ আৰু কর পরা কিহৰ সহায়ত বনাব পাৰি।
ইয়াৰ ফলত কি হব আপুনি কমেন্ট কৰা ওয়েবসাইট ত যদি কোনো ভিসিটর এ সেই আর্টিকেল খন পঢ়ি এবাৰ হলেও কমেন্ট ত যাব আৰু সেই ওয়েবসাইট র Owner এ আপোনাৰ কমেন্ট Approve কৰাৰ পিছত আপুনি কমেন্ট করা সেই লিংক টো বিচাৰি পায়,নিচ্চয় তাতে ক্লিক কৰিব যার ফলত ভিসিটর জনে Directly আপোনাৰ ওয়েবসাইট ত আহিব।
কিছুমান Do Follow ব্যাকলিংক দিব পরা ওয়েবসাইট
- Google News (Google Publisher)
- Podbean
- Product Hunt
- TripAdvisor
- SB Nation
- Bloglovin
- Strikingly
- Help a Reporter Out (HARO)
মন্তব্য:
ওপৰত দিয়া লিখনি যেনে Backlink কি? Do Follow No follow Baclink কেনেকৈ বনাব লাগে সেই বিষয়ে নিচ্চয় ভাল ভাৱে অবগত হৈছে আৰু বুজিও পাইছে। যদি তথ্য খিনির ওপৰত কিবা কবলগীয়া থাকে নিচ্চয় কমেন্ট কৰি জনাব আৰু লগতে শেয়ার কৰিবলৈ নাপাহৰিব।
- e
- s
- i
- a
- n